নাবালিকাক শাৰীৰিক আৰু মানসিক শোষণ কৰাৰ অভিযোগত ৬৫ বছৰীয়া বৃদ্ধাক গ্ৰেপ্তাৰ

৬৫ বছৰীয়া বৃদ্ধাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ ।পৰিয়াল ১৪-১৫ বছৰীয়া নবালিকা বহু দিন ধৰি শাৰীৰিক আৰু মানসিক শোষণ কৰাৰ অভিযোগ।

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে নাবালিকা বা নাৰী নিৰ্যাতনৰ ঘটনা। বহু অপৰাধী শাস্তি পাইছে যদিও ৰাজ্যত কমা নাই শিশু পৰা অৰম্ভ কৰি বৃদ্ধা বনিতালৈ। ঠিক তেনে ঘটনা ঘটিছে ওদালুৰি জিলাত।

ঘটনাত প্ৰকাশিত য়ে ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত আনাধোৱা পাৰা গাওঁৰ নিকু কুৰ্মী ৬৫ বছৰীয়া বৃদ্ধা গৰাকীক নিজৰ পৰিয়ালৰ এগৰাকী ন ১৪-১৬ বছৰীয়া নাবালিকাক বহু দিন ধৰি শাৰীৰিক আৰু মানসিক শোষন কৰাৰ অভিযোগত পানেৰী থানাৰ আৰক্ষী লোকে ১৭ চেপ্টেম্বৰ তাৰিখে গ্ৰেপ্তাৰ প্তাৰ কৰি প্ৰাথমিক তদন্ত কৰি ১৮ চেপ্টেম্বৰ তাৰিখে পছকো আইনৰ অধিনত কেচ নং ৫৩/২২ ৰজু জেল হাজোতলৈ প্ৰেৰণ কৰে।

বিপুল হাজৰিকা, পানেৰী।

Related Articles