Breaking

মৰিগাঁৱত উদযাপন কৰা হয় ভীমৰাও ৰামজী আম্বেদকাৰৰ ৬৬ তম মৃতু্ তিথি

0 2,277

 দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল কৈ মৰিগাঁও ডঃ বি  আৰ আম্বেদকাৰ ভৱনত সোমবাৰে অনুষ্ঠিত হয় ৬৬ সংখ্যক মৃত্যু তিথি। এই উপলক্ষে আয়োজিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৌৰহিত্য কৰে অনুসূচীত জাতিৰ উন্নয়ন বৰ্ডৰ  অধ্যক্ষ সুকুমাৰ সৰকাৰে। বিৰিঞ্চি কুমাৰ শৰ্মা, হেমন্ত কুমাৰ দাস,প্ৰতাপ হাজৰিকাই ভাৰতীয় সংবিধান প্ৰণেতা গৰাকীৰ জীৱন দৰ্শনৰ বিষয়ত বিস্তৃত ব্যাখ্যা আগবঢ়ায়।

Leave A Reply