Breaking

৯বছৰীয়া কণমানিক ধৰ্ষণ আৰু হত্যা : গুলীবিদ্ধ ধৰ্ষণকাৰী ‘পঠা’ই আৰক্ষীক দিলে জঘন্য কাণ্ডৰ বৰ্ণনা

0 1,649

চৰাই পোৱালিক খোৱাবলৈ জামুক বুটলিবলৈ গৈছিল কণমানি গৰাকী

▶ভূৰাগাঁৱৰ শিশু ধৰ্ষণ তথা হত্যাকাণ্ডৰ তদন্ত অব্যাহত৷

▶চৈয়দ আলী ওৰফে ‘পঠা”ক আজি পুৱতি নিশা ঘটনাস্থলীলৈ নিলে আৰক্ষীয়ে৷

▶দণ্ডাধীশৰ উপস্থিতিত বিশাল আৰক্ষী বাহিনীৰ উপস্থিতিত ঘটনাস্থলীলৈ নিলে চৈয়দক৷

▶আৰক্ষীৰ ওচৰত গুলীবিদ্ধ ‘পঠা’ৰ সমগ্ৰ জঘন্য কাণ্ডৰ বৰ্ণনা।

▶পুৱা ৫ বজাতে চৰাই পোৱালিক খোৱাবলৈ জামুক বুটলিবলৈ গৈছিল কণমানি গৰাকী।

▶মৰাপাটৰ খেতিৰ মাজত ‘পঠা’ই এই জঘন্য কাণ্ড সংঘটিত কৰিছিল।

▶নিশংসভাৱে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কণমানি জনীক।

▶হত্যাৰ পাছতো যৌন উৎপীড়ন কৰা হৈছিল।

▶মৰিগাঁও আৰক্ষীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰা ৬৫ বছৰীয়া ছৈয়দ আলীক গ্ৰেপ্তাৰ কৰিছিল।

▶কিছুদিন পূৰ্বে ‘পঠা’ক ভৰিত গুলীয়াইছিল আৰক্ষীয়ে৷

Leave A Reply