ওদালগুৰি জিলাৰ ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভেকচিনেশ্যচন কেন্দ্ৰত ২৯ নবেম্বৰত ২০২১তাৰিখে লৈ ১৪০ গৰাকীক গৰাকীক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছ ৷ ইয়াৰ ভিতৰত ক’ভেস্কিন ১৬ আৰু কভিডশ্বিল ১২৪ গৰাকী হিতাধিকাৰীক ভেকশ্বিন প্ৰদান কৰা হয় ৷ ২৯ নবেম্বৰলৈ ২০২১ তাৰিখৰ লৈ সৰ্বমুঠ ৪২ হেজাৰ গৰাকীৰো অধিক হিতাধিকাৰীক ভেকচিনেচন কাৰ্য্যসূচী অনুষ্ঠিত হৈ যায় ।ভেকচিনেশ্যনৰ অনুষ্ঠানটোতবি এইচ ডব্লিউ গজেন চন্দ্ৰ বড়ো,জিএন এম প্ৰনিতা নাৰ্জাৰী,এছ ডব্লিউ বিপ্লবজ্যোতি ডেকা,অজয় পাল,ৰাজা দাসআদিয়ে সক্ৰিয় সহায় সহযোগিতা কৰে ৷আনহাতে ওদালগুৰি জিলাত ৯৩ শতাংশৰ কোভিড ভেকচিন গ্ৰহন।বাকী ৭ শতাংশ লোককো আগন্তুক ৫ দিনৰ ভিতৰত ভেকচিন দিয়া কাম সম্পুৰ্ন কৰাৰ হব। ২৯নবেম্বৰত ওদালগুৰি উপায়ুক্ত কাৰ্যলয়ৰ সভা কক্ষত এক সংবাদ মেল আয়োজন কৰি এই কথা প্ৰকাশ কৰে ওদালগুৰি জিলাৰ উপায়ুক্ত ডাক্টৰ উদয় প্ৰবীনে।তেও প্ৰকাশ কৰা মতে জিলা খনৰ ওদালগুৰি স্বাস্থ্য খণ্ডৰ গাৰোবস্তি আৰু শান্তিপুৰ,খৈৰাবাৰী স্বাস্থ্য খণ্ডৰ নিজ পাত্লা আৰু নাগাচুবা,ওৰাং স্বাস্থ্য খণ্ডৰ ১ নং গাৰোগাও আৰু জিংগাবিল নামৰ গাও কেইখনত কোভিড ভেকচিন গ্ৰহনৰ সংখ্যা এতিয়াও যথেষ্ঠ কম ।সেইবাৱে উক্ত গাও কেই খনত ভেকচিন প্ৰদানৰ কাম ক্ষীপ্ৰ কৰি তোলাৰ বাৱে ব্যৱস্হা হাতত লোৱা বুলি উপায়ুক্ত গৰাকীয়ে সদৰি কৰে।ইপিনে বিশ্বত নতুনকৈ দেখা দিয়া অ’মিক্ৰন নামৰ কোৰোনা ভাইৰাচৰ পৰা হাত সাৰিবলৈ সামাজিক ব্যৱধান আৰু মাক্স পৰিধান নিশ্চিত কৰিবলৈ উপায়ুক্ত গৰাকীয়ে জিলা বাসীক আহ্বান জনায়। সংবাদ মেলত যুটীয়া স্বাস্থ্য বিষয়া অভিজিৎ বসু, সদৰ মহকুমাধিপতি শ্যামন্ত বাৰা আৰু ভাৰপ্ৰাপ্ত জন সংযোগ বিষয়া নীলাক্ষী বৈশ্যও উপস্হিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে সুমিত ছাত্তাৱানৰ যোগদান
- ডিমৌত অবৈধ ভূমি খননৰ বিৰুদ্ধে ডিমৌ ৰাজহ চক্রৰ কাৰ্য্যালয়ৰ সন্মুখত আদিবাসী ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট
- টংলাত পথ আৰু নলা উন্নয়নৰ দাবীত বিজুলীনগৰবাসীৰ বিক্ষোভ
- নাইজেৰিয়াত আৱদ্ধ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক উদ্ধাৰ
- ‘ঘৰত বহি আয় কৰক’ বিজ্ঞাপনত প্ৰতাৰণা; ১০০ত কৈও অধিক ৱেবছাইট ইতিমধ্যে নিষিদ্ধ কৰিলে কেন্দ্ৰই
- ভাৰত চৰকাৰৰ ‘সকলোৰে বাবে আবাস গৃহ’ আঁচনি; বঙাইগাঁও জিলাত বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে ৬০,৭০৬ টা প্ৰধান মন্ত্ৰী গ্ৰামীণ আবাস যোজনাৰ গৃহৰ অনুমোদন
- অৰণ্যমানৱ-পদ্মশ্ৰী যাদৱ পায়েং আৰু বিধায়ক পদ্ম হাজৰিকাক লগত লৈ মৰঙিত হাতী-মানুহৰ সংঘাতৰ সমাধান সূত্ৰৰ সন্ধান খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ
- পাটাছাৰকুছি ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘মধুবন’ উন্মোচন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ
- বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ সম্পূৰ্ণ ! ১৮৫৩ চনৰ পৰা আৰম্ভ হোৱা বিবাদৰ ইতিহাস…
- মনত পৰে ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ডবোৰলৈ