গোলাঘাট , ২৭ নবেম্বৰ : গোলাঘাট জিলা সাহিত্য সভাৰ সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক ভৱনত আজি অনুষ্ঠিত এক সভাত বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰৰ ” সাম্প্ৰতিক সময় আৰু কিছু চিন্তা ” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয় । এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীবী, লেখক অৰুণ গোস্বামীয়ে । উক্ত সভাত জেষ্ঠ সাংবাদিক বিকাশ শৰ্মা , বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি অতুল গোহাঁই , সম্পাদক অভিজিৎ বৰা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জিতুল ৰাজখোৱা , বিশিষ্ট চিকিৎসক ডাঃ বিপুল দাস আদিকে ধৰি গণ্য মান্য ব্যক্তি সকল উপস্হিত থাকে । বিভিন্ন কাকত আলোচনীত প্ৰকাশিত ৩২ টা প্ৰবন্ধৰ একত্ৰিত সংকলন এই গ্ৰন্থ খনি প্ৰকাশ কৰি উলিয়াইছে ৰণাংগন প্ৰকাশনে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বেছিভাগ মানুহৰে পেট বঢ়া! বঢ়া পেট কমাব কেনেকৈ? শিকি লওক টিপচ…
- কালদিয়া নৈত সন্ধানহীন কিশোৰীৰ সন্ধানত SDRFৰ অভিযান…
- খোৱাৰ পিছতো ভোক লাগে নেকি? নিশ্চয় এই ৫টা ভুল কৰিছে…
- ভয়ংকৰ বতাহ-বৰষুণৰ সম্ভাৱনা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert, ক’ত, ক’ত হ’ব বৰষুণ…
- বিশ্ব হাঁহি দিৱসঃ হাঁহি থাকক, সুখত থাকক! সুস্থ হৈ থাকিবলৈ হাঁহিয়ে যথেষ্ট…
- চিপছ, বিস্কুট; মিঠাই নাখাব ৰাতিপুৱা! কাৰণ জানি লওক, নহ’লে প্ৰস্তাৱ…
- সৰুপথাৰত আদিবাসী জনজাতি ঐক্য মঞ্চ অসমৰ সভা…
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…