December 1, 2020 JEE কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰদীপ কুমাৰক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ Share FacebookTwitterWhatsAppTelegramKooEmail আৰক্ষী জিম্মালৈ প্ৰেৰণ JEE কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰদীপ কুমাৰক । চি জে এম আদালতে ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে কুমাৰক । অসম আৰক্ষীয়ে দিল্লীৰ পৰা দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল প্ৰদীপ কুমাৰক । Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026