January 31, 2024 ছত্তীশগড়ৰ মাওবাদীৰ আক্ৰমণত ছহিদ অসমৰ জোৱান লম্বোধৰ সিংহৰ… Share FacebookTwitterWhatsAppTelegramKooEmail ছত্তীশগড়ৰ মাওবাদীৰ আক্ৰমণত ছহিদ অসমৰ জোৱান। ছহিদ CRPFৰ জোৱানজন চিৰাঙৰ কাকাৰাগাঁও ভাটিপাৰাৰ লম্বোধৰ সিংহ। লম্বোধৰ সিংহৰ বাসগৃহত শোকাকুল পৰিৱেশ। ২০১১ চনত CRPFত যোগদান কৰিছিল লম্বোধৰ সিংহই। Author: দৈনন্দিন বাৰ্তা Related Articles ৩০ বছৰীয়া জনপ্ৰিয় অভিনেত্ৰী সঞ্চিতা উগালেৰ চৰমপন্থা দৈনন্দিন বাৰ্তা - June 15, 2026 মহানগৰীত অঘটনঃ গছ পৰি ছাত্ৰীৰ মৃত্যু… দৈনন্দিন বাৰ্তা - June 12, 2026 জনকল্যাণ আৰু আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছচাইটীৰ উদ্যোগত হাওৰাঘাটত বৃক্ষৰোপণ কাৰ্যসূচী।World Environment Day দৈনন্দিন বাৰ্তা - June 5, 2026