বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামীৰ দেহাৱসান…

বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামীৰ দেহাৱসান।

মঙ্গলবাৰে নিশা ৯ বাজি ৪৫ মিনিটত যোৰহাটৰ মিছন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

বিগত কেইবাদিনো ধৰি ICUত চিকিৎসাধীন হৈ আছিল গোস্বামী।

মৃত্যুৰ সময়ত অৰুণ গোস্বামীৰ বয়স আছিল ৮০ বছৰ।

মৰণোত্তৰ দেহ দান কৰি কৰি গৈছে অৰুণ গোস্বামীয়ে।

Related Articles