March 31, 2024 আজি ৩১ মাৰ্চ ! যান-বাহনৰ কৰ পৰিশোধ নকৰা লোকসকলক কৰ পৰিশোধৰ নিৰ্দেশ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি ৩১ মাৰ্চ। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ আজি অন্তিম দিন। আজিও খোলা থাকিব পৰিবহণ বিষয়াৰ কাৰ্যালয়। যান-বাহনৰ নথি-পত্ৰ নবীকৰণৰ সুবিধাৰ্থে খোলা থাকিব কাৰ্যালয়। যান-বাহনৰ কৰ পৰিশোধ নকৰা লোকসকলক কৰ পৰিশোধৰ নিৰ্দেশ। Author: দৈনন্দিন বাৰ্তা Related Articles কফ ছিৰাপ কিনিবলৈ এতিয়া লাগিব চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন, কেন্দ্ৰৰ নতুন নিয়ম জাৰি । Drugs Rules, 1945 দৈনন্দিন বাৰ্তা - June 16, 2026 ব্ৰিটিছ মিউজিয়ামত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী; বৃন্দাৱনী বস্ত্ৰ দৰ্শন কৰি অভিভূত ! British Museum দৈনন্দিন বাৰ্তা - June 16, 2026 নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - June 11, 2026