April 4, 2024 কলিয়াবৰ ন্যায়িক আদালতত জোনমণি ৰাভাৰ মাতৃ… Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰ ন্যায়িক আদালতত জোনমণি ৰাভাৰ মাতৃ। জখলাবন্ধা থানাত ৰুজু হোৱা গোচৰ সন্দৰ্ভত হাজিৰ আদালতত। CBIৰ আৱেষ্টনীৰে আদালতত উপস্থিত সুমিত্ৰা ৰাভা। জখলাবন্ধা থানাত ৮৪/২৩, ৮৭/২৩ নম্বৰত ৰুজু হৈছিল গোচৰ। সুমিত্ৰা ৰাভাই উঠাই ল’লে ৮৭/২৩ নম্বৰৰ গোচৰ। Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে দৈনন্দিন বাৰ্তা - March 10, 2026 ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026