দেৰগাঁৱৰ সমীপৰ ভিতৰুৱা কাকডোঙা চমুৱা গাঁৱৰ জ্ঞানদ্বীপ বৰাৰ সফলতা…

দেৰগাঁৱৰ সমীপৰ ভিতৰুৱা কাকডোঙা চমুৱা গাঁৱৰ জ্ঞানদ্বীপ বৰাৰ সফলতা।

কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ ৯৭.১৬ শতাংশ ৫৮৩ নাম্বাৰ অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে।

ছাত্ৰ জনৰ সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ কাকডোঙা অঞ্চল।

Related Articles