নলবাৰী, ২১ ডিচেম্বৰ: আজি নলবাৰী হাটখোলা পুখুৰী পাৰত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন পৌৰপতি লোহিত চন্দ্ৰ দাসৰ স্মৃতিত দিনযোৰা কাৰ্যসূচীৰে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰাহয় । ৰাতিপুৱা ৯ বজাত লোহিত দাসৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী তথা অভিনেতা হীৰেণ কুমাৰ বৰ্মন, নলবাৰী কমাৰ্চ কলেজৰ অধ্যাপক বিভূতি ভূষণ দাস সহ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে । তদুপৰি ৯.৩০ বজাত লোহিত দাসৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে ইণ্ডিয়া জাৰ্ণালিষ্ট এচ’ ছিয়েন নলবাৰী জিলাৰ সভাপতি ওৱাহিদুজ জামানে । এই অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি সকলে লোহিত দাসৰ এই অষ্টম মৃত্যু বাৰ্ষিকী তিথি উপলক্ষে তেখেতৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে । আজিৰ এই অনুষ্ঠানত স্বৰ্গীয় লোহিত দাসৰ পত্নী পৰিয়াল সহ অঞ্চলটোৰ বহুত কেইগৰাকী স্থানীয় ৰাইজ উপস্থিত থাকে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জিএমচিএইছৰ ধাত্ৰী কোষৰ প্ৰথমখন স্মৰণিকা “নাইটিংগেল” উন্মোচন
- তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ লক্ষ্য ! বাৰাণসীত বিজেপিৰ হেভিৱেট নেতাৰ সৈতে গৈ মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
- অসফল শিক্ষাৰ্থীৰ কথাও ভাবক, শিক্ষাৰ মান বাঢ়িব
- ৰূপনগৰত “ব’হাগৰ অন্তিমটো দিনত” সাহিত্য-সংস্কৃতিৰ মনোৰম আড্ডা
- প্ৰথম বেটেলিয়ান এছএছবিৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ
- সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য ! ৭ টা সোণসহ মুঠ পদক ১৭ টা
- গুৱাহাটী মহানগৰৰ চছলত বহাগী উৎসৱৰ সফল সামৰণি…
- এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ এখন নতুন অসমীয়া কথাছবি ! “টিলিকা গুণ্ডা”ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত…
- শিল্পী জুবিন গাৰ্গক কােনে দিলে কবিতা উপহাৰ…
- মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১৩ সংখ্যক তিৰোভাৱ আৰু ৪৮৩ সংখ্যক আবিৰ্ভাব তিথি…