May 19, 2024 অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail অসম পুলিচৰ এসময়ৰ বিশিষ্ট ফুটবল খেলুৱৈ মৰিগাঁও জিলাৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ আজি নিশা ১ বজাত তেওঁৰ চিকাবৰীৰ নিজা বাসভৱনত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ ৷ Author: দৈনন্দিন বাৰ্তা Related Articles অপাৰেচন থিয়েটাৰত অস্ত্ৰোপচাৰ চলি থকাৰ সময়তে হঠাতে গীত গালে ছনু নিগমে দৈনন্দিন বাৰ্তা - August 9, 2026 নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয় দৈনন্দিন বাৰ্তা - July 2, 2026 এল নিনোক লৈ সতৰ্ক কেন্দ্ৰীয় চৰকাৰ : সকলো মন্ত্ৰণালয়ক জৰুৰী পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ । El Niño দৈনন্দিন বাৰ্তা - July 2, 2026