May 18, 2020 অসম সচিবালয়ত কৰোনাক্ৰান্ত ! Share FacebookTwitterWhatsAppTelegramKooEmail দৈনন্দিন বাৰ্তা প্ৰতিবেদন অসম সচিবালয়ত কৰ্মৰত খগেন শইকীয়া নামৰ ব্যক্তি এজনৰ শৰীৰত অতিমাত্ৰা উত্তাপ ধৰা পৰে । উত্তাপ ধৰা পৰা মাত্ৰকে তেখেতক কৰোণাত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি ততাতৈয়াকৈ আৰক্ষী আৰু চিকিৎসাকৰ্মীয়ে চিকিৎসাকেন্দ্ৰলৈ প্ৰেৰণ কৰে ।। Author: দৈনন্দিন বাৰ্তা Related Articles ৩১ নিযুততকৈ অধিক লোকে ডাউনলোড কৰিলে আধাৰ এপ দৈনন্দিন বাৰ্তা - June 25, 2026 এক লাখ টন থলুৱা মাছৰ উৎপাদনেৰে নিবনুৱা সংস্থাপনৰ লক্ষ্য বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ দৈনন্দিন বাৰ্তা - June 25, 2026 খৰাঙে গ্ৰাস কৰিব নেকি দেশকঃ জুন মাহত সমগ্ৰ দেশত হ্ৰাস পাইছে ৪২ শতাংশ বৰষুণ দৈনন্দিন বাৰ্তা - June 25, 2026