June 16, 2024 বিশ্বত নতুন ভাইৰাছৰ আতংক… Share FacebookTwitterWhatsAppTelegramKooEmail বিশ্বত নতুন ভাইৰাছৰ আতংক। ক’ভিডৰ পাছত বিশ্বত নতুন মাৰাত্মক ৰোগৰ আতংক। আক্ৰান্ত হ’লেই ৪৮ ঘন্টাতে মানুহৰ মৃত্যু নিশ্চিত। ২৪ ঘন্টাৰ ভিতৰত শৰীৰৰ অংগ নিষ্ক্ৰিয় কৰি তুলে STSS ভাইৰাছে। শৰীৰত ঘাহ, জ্বৰ, কাহ লক্ষণ দেখিলেই সাৱধান হওঁক। Author: দৈনন্দিন বাৰ্তা Related Articles ৰেফাৰ চিকিৎসালয়লৈ পৰিণত হৈছে সোণাপুৰ জিলা চিকিৎসালয় ! দৈনন্দিন বাৰ্তা - September 15, 2026 আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 নলবাৰীত পেপচিকো ইণ্ডিয়াৰ পঞ্চমটো খাদ্য প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৈনন্দিন বাৰ্তা - September 10, 2026