July 20, 2024 ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী এম ভি শংকৰী নামৰ জাহাজখন… Share FacebookTwitterWhatsAppTelegramKooEmail ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী জাহাজ। নৈৰ মাজত আবদ্ধ এম ভি শংকৰী নামৰ জাহাজখন। প্ৰায় এঘণ্টা সময় আবদ্ধ হৈ থাকে ব্ৰহ্মপুত্ৰৰ বুকুত। জলেশ্বৰৰ পৰা ধুবুৰী অভিমুখী আছিল জাহাজখন। অৱশেষত যাত্ৰীসকলক সুকলমে উদ্ধাৰ। Author: দৈনন্দিন বাৰ্তা Related Articles ১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং দৈনন্দিন বাৰ্তা - March 13, 2026 আজি অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানি প্ৰক্ৰিয়া সম্পন্ন দৈনন্দিন বাৰ্তা - March 13, 2026 প্ৰকাশৰ বাবে সাজু মানস প্ৰতিম দত্তৰ শিশু-গল্প সংকলন মানুৰ অংকৰ উত্তৰ বহীখন দৈনন্দিন বাৰ্তা - March 13, 2026