August 7, 2024 অলিম্পিকত অযোগ্য ঘোষণাৰ পাছতে সংজ্ঞাহীন হৈ পৰে ভিনেশ ফোগাট… Share FacebookTwitterWhatsAppTelegramKooEmail অলিম্পিকত অযোগ্য ঘোষণাৰ পাছতে অসুস্থ ভিনেশ ফোগাট। পেৰিছৰ হাস্পতালত ভৰ্তি ভাৰতীয় মল্লযোদ্ধাগৰাকীক। অযোগ্য ঘোষণাৰ পাছতে সংজ্ঞাহীন হৈ পৰে ভিনেশ ফোগাট। ডিহাইড্ৰেশ্যনৰ বাবে সংজ্ঞাহীন হৈ পৰে ফোগাট। Author: দৈনন্দিন বাৰ্তা Related Articles ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi দৈনন্দিন বাৰ্তা - December 16, 2025 শিল্পী সকলৰ বাবে স্বাস্থ্য বীমা আঁচনিৰ পৰ্টেল উন্মোচন সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ । দৈনন্দিন বাৰ্তা - December 16, 2025 উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা ড° ৰীতা চৌধুৰীৰ দৈনন্দিন বাৰ্তা - December 14, 2025