August 10, 2024 মাতৃহাৰা হ’ল বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন… Share FacebookTwitterWhatsAppTelegramKooEmail মাতৃহাৰা হ’ল বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ পত্নীৰ মৃত্যু। ৮৬ বছৰ বয়সত শেষনিশ্বাস ত্যাগ মালতী বৰ্মনৰ। আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিত্সালয়ত পুৱা ৯ বজাত মৃত্যু। Author: দৈনন্দিন বাৰ্তা Related Articles Assam CEEত পুনৰ উজলিল ডিব্ৰুগড়ৰ ৰাধাকৃষ্ণন স্কুল, ৰাজ্যৰ প্ৰথম স্থান দখল সমীৰণ হাজৰিকাৰ দৈনন্দিন বাৰ্তা - June 30, 2026 এছএছবিৰ জোৱানসকলৰ কল্যাণৰ বাবে লাইফ ইন্স্যুৰেন্স, PARAM গুৱাহাটী শাখাৰ ফালৰ পৰা ৱাটাৰ কুলাৰ প্ৰদান ।PARAM দৈনন্দিন বাৰ্তা - June 29, 2026 তেজপুৰৰ লিচু বাগান পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে মত-বিনিময় কৃষিমন্ত্ৰী পীয়ূষ হাজৰিকাৰ দৈনন্দিন বাৰ্তা - June 29, 2026