No menu items!

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নাজিৰাৰ কণমানি দাৰ্বিক ডি বৰাৰ…

নাজিৰাৰ মাদুৰি টি ইষ্টেটৰ নিৱাসী অমিতাভ বৰা আৰু মেঘালীমা দত্তৰ একমাত্ৰ সন্তান দাৰ্বিক ডি বৰাই ভাৰতৰ সকলো ৰাজ্যৰ নাম , ৰাজ্যসমূহৰ ৰাজধানী, ৰাজ্য সমূহৰ সকলো জিলাৰ নাম , কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ

জিলাৰ নাম, মাত্ৰ ৬.৫৫ মিনিটত আওৰাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাৰ টেম্পুল টাউন ইউৰো বিদ্যালয়ৰ

চিনিঅ’ৰ কেজিত অধ্যয়ন কৰি থকা মাত্ৰ ৫ বছৰীয়া দাৰ্বিকৰ এই সফলতাত স্বাভাবিকতে উৎফুল্লিত হৈ পৰিছে কনমানিটোৰ পিতৃ- মাতৃৰ লগতে স্থানীয় ৰাইজ।

Related Articles