August 28, 2024 মিৰ্জাৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন কুমাৰৰ হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান… Share FacebookXWhatsAppTelegramKooEmail মিৰ্জাৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন কুমাৰ মেধিৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ ৭৬ বছৰ বয়সত আজি শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে। ৰাজেন কুমাৰ মেধিৰ মৃত্য়ুত দক্ষিণ কামৰূপত শোকৰ ছাঁ। Author: দৈনন্দিন বাৰ্তা Related Articles পুনৰ ১৩ গৰাকীকৈ ভক্তৰ মৃ*ত্যুঃ আহত কৰ্তব্যৰত দুজন আৰক্ষী দৈনন্দিন বাৰ্তা - October 18, 2026 কলকাতাত শোকাৱহ ঘটনাত ১৯ গৰাকী ভক্তৰ মৃ*ত্যু দৈনন্দিন বাৰ্তা - October 18, 2026 চানমাৰিত উদ্বোধন সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক প্ৰেক্ষাগৃহ দৈনন্দিন বাৰ্তা - October 4, 2026