বৰপেটা চহৰৰ দঙৰকুছিস্থিত চেন্ট টেৰেছা ইংৰাজী মাধ্যম বিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিকভিত্তিত পুৰস্কাৰপ্ৰাপক সাত গৰাকী ক্যাৰাটে খেলুৱৈক ২৯ জানুৱাৰীত সম্বৰ্ধনা জনোৱা হয়। ক্যাৰাটেৰ কাতা নামেৰে এটি বিশেষ খেলত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বাবে এই প্ৰতিভাৱান খেলুৱৈ সকলোক অধিক অনুপ্ৰাণিত হোৱাৰ কামনাৰে বিদ্যালয়খনে সম্বৰ্ধনা জনায়। আন্তৰাষ্ট্ৰীয় ক্যাৰাটে খেলুৱৈ চাৰহান ৰছুল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হানি আলী, ইৰফান হাবিব, জিয়ান চৌধুৰী আৰু ৰাজ্যিক পৰ্য্যায়ৰ ছালমা শিকদাৰ পাৰবিন, শিকদাৰ চাকিল বাছেৰ আৰু ছাহিদ ফাজেলক ক্যাৰাটেত সফলতা অৰ্জন কৰা বাবে আজি বিদ্যালয় প্ৰাংগনত উস্ম আদৰণি জনোৱা হয়। বিদ্যালয়খনৰ অধ্যক্ষ বিপিন পি এচৰ সভাপতিত্বত অনুষ্ঠিত সভাত ছাত্ৰ ছাত্ৰী সকলোক ফুলাম গামোচা, স্মাৰক আৰু প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনায় বিদ্যালয়খনৰ সঞ্চালক ভেইৰু কুমাৰ শৰ্মাই। সভাখনত শৈক্ষিক কাউন্সিলৰ নুপুৰ পুৰোহিত, উপাধ্যক্ষ মুকুল দাসো উপস্থিত থাকে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…