সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলা অন্তৰ্গত বিভিন্ন প্ৰান্তৰ সমূহ বাট-পথত নিতৌ বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনা । নাজিৰা মহকুমা অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে । প্ৰাপ্ত তথ্য অনুসৰি নাগালেণ্ডৰ পৰা হালোৱাটিং ৬১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শিল কঢ়িওৱা এখন এইছ্ আৰ ৩৮ ইউ ৬৫৬৯নম্বৰৰ বহিঃৰাজ্যৰ অভিজ্ঞতাহীন চালকেৰে চালিত ট্ৰাক দুৰ্ঘটনাক লৈ চাঞ্চল্য । হালোৱাটিং লাহদৈগড় মিচিং তিনি আলিত উক্ত ট্ৰাকখন বাগৰি পৰাৰ ফলত ৬১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ব্যাপক হাৰত যান যঁতৰ সৃষ্টি হয় । যদিও দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই । পৰৱৰ্তী সময়ত হালোৱাটিং আৰক্ষী থানা ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ সন্দৰ্ভত বন বিভাগক খবৰ দি চালকক জিম্মাত লৈ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…
- দৰঙৰ ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ত শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ভূমি পূজন অনুষ্ঠান…
- তেজপুৰত দ্বাদশ “দণ্ডিনাথ কলিতা স্মাৰক বক্তৃতানুষ্ঠান”…
- কাছাৰত হৃদয়বিদাৰক ঘটনা! কুঁৱাৰ পৰা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ নিহত ৩ লোক…
- বিজয়নগৰত আৰক্ষী জোৱান কৃপাল ঠাকুৰীয়াৰ অকাল বিয়োগ…
- ডিমৌ কোঁৱৰ গাঁৱৰ যুৱ সমাজৰ উদ্যোগত কৃতী ছাত্র-ছাত্ৰীক অভিনন্দন, ডক্টৰেট ডিগ্রী লাভ কৰা ড০ দীপশিখা কোঁৱৰ; ড০ বিকাশ ৰঞ্জন কোঁৱৰক সম্বৰ্ধনা…