আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা নিৰ্বাচনী বিষয়া তথা ৰঙিয়াৰ মহকুমাধিপতি(অ) শ্ৰী স্বপ্নীল পাল,আইএএচ ৰ পৌৰহিত্যত এখন গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত হয়। ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত আগন্তুক বিধানসভা নিৰ্বাচনৰ সযয়ত প্ৰতিটো বুথত নিন্মতম সা-সুবিধা যেনে পুৰুষ মহিলা উভয়ৰে বাবে পৃথক প্ৰচাবগাৰ,শৌচাগাৰ,খোৱাপানী, পৰ্যাপ্ত ফাৰ্ণিচাৰ,পোহৰ,ডাইচ ইত্যাদি ব্যৱস্থা নিশ্চিতভাৱে উপলব্ধ কৰাৰ উদ্দেশ্যেৰে বিশদভাৱে আলোচনা কৰা হয় । উক্তসভাত উপস্থিত থাকে গোৰেশ্বৰৰ ৰাজহ চক্ৰ বিষয়া জোনটি ডেকা, ৰঙিয়া ৰাজহ চক্ৰ বিষয়া চন্দন বৰগোহাই,কমলপুৰ ৰাজহ চক্ৰ বিষয়া ডঃঅংকিতা শৰ্মাৰ লগতে গড়কাপ্তানি,বিদ্যুত,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাসকল আৰু ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া,কমলপুৰ,বিহদিয়া-জাজিকোণা,কৰাৰা,তামুলপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াকে ধৰি নিৰ্বাচনী দায়িত্বত থকা বিভিন্ন বিভাগৰ কৰ্মচাৰী সকল ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…
- অসমৰ ভলীবল জগতত সূপৰিচিত চিনাকী নাম, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন সুদক্ষ ভলীবল খেলুৱৈ দীপক ওজা…
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…