আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।(HSLC Result 2025)
পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল৷
ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
মেট্ৰিক পৰীক্ষাৰ ফলাফল বহুকেইটা ৱেবছাইটত লাভ কৰিব।

চলিত শিক্ষাবৰ্ষত অৱতীৰ্ণ হৈছিল ৪ লাখ ৩০ হাজাৰ পৰীক্ষাৰ্থী।
মেট্ৰিকত এইবাৰো নাথাকিব শীর্ষস্থানৰ ব্যৱস্থা।
