Himanta Biswa Sarma: মুখ্যমন্ত্ৰীৰ সংবাদমেলঃ ৰাজ্যত চলি থকা উচ্ছেদ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ সংবাদমেল।(Himanta Biswa Sarma)

ৰাজ্যত চলি থকা উচ্ছেদ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।


সংবাদমেলত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

২০২১ৰ পৰা ২০২৫ৰ ভিতৰত ৰাজ্যত সৰ্বমুঠ ১ লাখ ১৯ হাজাৰ ৫৪৮ বিঘা মাটি বেদখলমুক্ত হৈছে।

Landless নহয় Landlord হৈ আছিল বেদখলকাৰী বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ।

কোন জিলাত কিমান ভূমি বেদখলমুক্ত কৰা হৈছে ক’লে মুখ্যমন্ত্ৰীয়ে।

১৭,৯০৫ বিঘা মাটি দখল মুক্ত দৰং জিলাত।

লখিমপুৰত ১৩,৪৮১ বিঘা মাটি বেদখল মুক্ত কৰা হৈছে।

গোৱালপাৰাত ৮,২৪০ বিঘা মাটি দখল মুক্ত হৈছে।

হোজাইত দখল মুক্ত হৈছে ১০,৭৪৯ বিঘা মাটি।

কাছাৰত বেদখলমুক্ত কৰা হৈছে ৭৫৬ বিঘা মাটি।

বঙাইগাঁৱত দখল মুক্ত হৈছে ২৮৫ বিঘা ভূমি।

চিৰাং জিলাত ১,৫৭৩ বিঘা ভূমি দখল মুক্ত হৈছে।

গোলাঘাটত ৮০৮০ বিঘা ভূমি দখল মুক্ত হৈছে।

বৰপেটা জিলাত দখল মুক্ত হৈছে ৪০৮ বিঘা মাটি।

আনহাতে শোণিতপুৰত বেদখলমুক্ত কৰা হৈছে ৩৪,৫২৭ বিঘা ভূমি।

Related Articles