Assam taxi driver protest: যোৰাবাটত সাময়িকভাৱে প্ৰতিবাদ স্থগিত অসম টেক্সি চালকৰ

যোৰাবাটত সাময়িকভাৱে প্ৰতিবাদ স্থগিত অসম টেক্সি চালকৰ।(Assam taxi driver protest)

সাময়িকভাৱে আন্দোলন বন্ধ ৰাখিলে টেক্সি চালকে।

দুদিনৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস মেঘালয়ৰ।

অসমৰ চালকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি মেঘালয় চৰকাৰৰ।

ইতিমধ্যেই মেঘালয়ত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ।

অসমৰ চালকৰ সুৰক্ষা দিশ তদাৰক কৰিব মেঘালয় আৰক্ষীয়ে।

অসমৰ চালকক দুর্ব্যৱহাৰ কৰা NGOৰ বিৰুদ্ধে ল’ব ব্যৱস্থা।

বিষয়টোৰ স্থায়ী সমাধানৰ বাবে ২ দিনৰ সময় বিচাৰিলে দুই ৰাজ্যৰ প্ৰশাসনে।

Related Articles