সোণাপুৰৰ দুৰ্ঘটনাত মৃত্যু হোৱা মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য

সোণাপুৰৰ দুৰ্ঘটনাস্থলীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মেৰামতিৰ অভাৱতে সংঘটিত হ’ল সোণাপুৰৰ ভয়ংকৰ দুৰ্ঘটনা।

দায়িত্বত থকা ঠিকাদাৰ এই দুৰ্ঘটনাৰ বাবে দায়ী।

দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব।

সোণাপুৰৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এই কথা ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ৫ লাখ টকাকৈ ক্ষতিপূৰণো ঘোষণা মুখ্যমন্ত্ৰীৰ।

Related Articles