ইতিহাস ৰচি আজি মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’।(Roi Roi Binale)
পুৱতি নিশাৰে পৰা চিনেমা হলত দৰ্শকৰ ভিৰ।
ডিব্ৰুগড়ৰ গেলেৰীয়া চিনেমা গৃহতো হাউচফুল।
ডিব্ৰুগড়ত ৰৈ ৰৈ বিনালে ছবিখন উপভোগ কৰি আৱেগিক হৈ পৰিল এজন যুৱক।
ৰৈ ৰৈ বিনালে চবিখন চাবলৈ পুৱাৰ ভাগৰ পৰাই দৰ্শকসকলৰ ভিৰ।
এনেই লাগিছে উৰে নিশা উজাগৰে থাকি একমাত্ৰ সময়ৰ বাবে অপেক্ষা।
আজিৰ সেই অপেক্ষা সমাপ্ত হোৱা প্ৰতিচ্ছবি ডিব্ৰুগড়ৰ গেলেৰীয়া চিনেমা গৃহতো HousEfull।

