Bhupen Hazarika: বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকী

ভূপেনদাবিহীন ১৪টা বছৰ।(Bhupen Hazarika)

বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকী।

মৃত্যু তিথিত সুধাকণ্ঠগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত।

জালুকবাৰী সমন্বয় ক্ষেত্ৰত সুধাকন্ঠ ড° ভূপেন হাজৰিকাক স্মৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্রশাসনেও আজি শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।

জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 

Related Articles