Delhi Blast: ১৫জনক গ্ৰেপ্তাৰঃ দিল্লী ঘটনাক লৈ সামাজিক মাধ্যমত উল্লাস একাংশৰ

দিল্লীৰ ভয়াবহ বিস্ফোৰণৰ ঘটনাক লৈ একাংশই সামাজিক মাধ্যমত উল্লাসৰ সৃষ্টি কৰা পৰলক্ষিত।(Delhi Blast)
দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত উল্লাস কৰি গ্ৰেপ্তাৰ হ’ল ১৫জন।
আনহাতে ৩৪জনক কৰা হৈছে চিনাক্ত।
এই কথা টুইট যোগে জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে দৰং-গোৱালপাৰা, চিৰাং, কামৰূপ আৰু বঙাইগাঁও, হাইলাকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ১৫জন লোকক।
জিলাই জিলাই অব্যাহত এই অভিযান।

Related Articles