ওদালগুৰি জিলাৰ ওৰাঙৰ ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত বেড মিন্টন প্ৰতিযোগিতা এখনি অহা ৬ আৰু ৭ মাৰ্চত ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ ইন্দোৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে ৷বিগত বৰ্ষৰ দৰে এইবেলি ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত আয়োজিত বেড মিন্টন প্ৰতিযোগিতাৰ (দ্বৈত ভাবে) প্ৰথম বিজয়ীক পুৰস্কাৰ নগদ ১০হেজাৰ,দ্বিতীয় বিজয়ীক পুৰস্কাৰ-নগদ ৭হেজাৰ টকা,তৃতীয় বিজয়ীক পুৰষ্কাৰ ৩হেজাৰ প্ৰদান কৰা হব বুলি উদযাপন সমিতিৰ সভাপতি পিন্টু মাহাতো,সম্পাদক অবিনাশ শইকীয়াই জনাইছে ৷প্ৰতিযোগিতাৰ কাৰ্য্যসুচী অনুসৰি ৬ মাৰ্চত পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব ফ্ৰেইণ্ড ক্লাবৰ সভাপতিয়ে ৷ আবেলি ৪বজাত প্ৰতিযোগিতা শুভাৰম্ভী কৰিব -৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োবে ৷আবেলি ৪-১৫বজাৰ পৰা প্ৰদৰ্শনী মুলক উদ্বোধনী প্ৰতিযোগিতা আৰু সন্ধিয়া ৫ বজাৰ মুল প্ৰতিযোগিতা সমুহ নিশা ৩বজালৈ অনুষ্ঠিত কৰা হব ৷ অহা ৭মাৰ্চত পুৱা ৯বজাৰ পৰা পৰৰ্ৱতী খেল সমুহ পুনৰ আৰাম্ত কৰা হব বুলি উদ্যোক্তা সকলে জনাইছে ৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী সকলক ভৰ্তি মাছুল ৫শ টকাৰ সৈতে +9101218467, 8638841937, 7002621509, 7002905944 এই নম্বৰত সকলো প্ৰকাৰৰ যোগাযোগ কৰাৰ বাবে আহ্বান কৰা হৈছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…