ৰাজ্যত কেৱলমাত্ৰ ব্যৱসায়িক স্বাৰ্থত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে অভিভাৱক সকল। প্ৰতিবাৰেই কোনো ধৰণৰ আলোচনা অথবা আগজাননী নিদিয়াকৈ ছাত্ৰ-ছাত্ৰীৰ ভৰ্তি মাচুলকে ধৰি শৈক্ষিক মাচুল নিজ ময়মতালিৰে বৃদ্ধি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৰঙিয়াৰ মাজমজিয়াত অৱস্থিত চাৰ্ছ পাব্লিক স্কুল নামৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয় খনৰ বিৰুদ্ধে। ইয়াকেলৈ বিদ্যালয় খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে চাৰ্ছ পাব্লিক স্কুল ফʼৰাম নামেৰে এখন ২১ জনীয়া অভিভাৱক কমিটি গঠন কৰা হয়। প্ৰায় ৯०জন অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত স্থানীয় প্ৰাক্তন আছু নেতা অৰূপ শৰ্মাক সভাপতি,হেমন্ত মজুমদাৰক উপ-সভাপতি হিচাপে লৈ গঠন কৰা কমিটি খনে শীঘ্ৰেই এই সন্দৰ্ভত স্কুল কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈ বৰ্দ্ধিত মাচুল,শৈক্ষিক দিশ উন্নিতকৰণ তথা ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন সমস্য সমাধানৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি জনাই । উল্লেখযোগ্য যে যদিহে বিদ্যালয় কৰ্তৃপক্ষই তেওলোকৰ প্ৰস্তাবসমহ মানি নলয় অভিভাৱক কমিটিয়ে বিদ্যালয়খন অচিৰেই বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে,স্বাভাৱিকতেই এই ঘটনাই সচেতন মহলত চিন্তাৰ উদ্বেগ বঢ়াইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…