MGNREGA: সলনি হ’ল MGNREGA আঁচনিৰ নাম

সলনি হ’ল MGNREGA আঁচনিৰ নাম।(MGNREGA)

MGNREGAৰ নতুন নাম হ’ব VB-G RaM।

লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে গৃহীত বিধেয়কখন।

VB-G RaMৰ অৰ্থ বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ আৰু অজীৱিকা মিছন।

২০০৫ৰ ২৫ আগষ্টত সংসদত গৃহীত হৈছিল।

MGNREGA ২০০৯ত ইয়াৰ সৈতে সংযোজন কৰা হৈছিল মহাত্মা গান্ধীৰ নাম।

MGNREGAৰ জৰিয়তে শ্রমিকক প্ৰতি বছৰে দিয়া হৈছিল ১০০ দিনৰ কাম।

VB-G RaM (গ্রামীন) আঁচনিত সলনি কৰা হৈছিল পূৰ্বৰ কেইবাটাও নিয়ম।

১০০ দিনৰ পৰিৱর্তে এই আঁচনিত শ্রমিকে লাভ কৰিব ১২৫ দিনৰ কাম।

ইয়াৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৬০ শতাংশ, ৰাজ্য চৰকাৰে ৪০ শতাংশ পুঁজি যোগান ধৰিব।

Related Articles