প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান।(Biswanath Eviction)
প্ৰচণ্ড শীতৰ মাজতে বিশ্বনাথত সৰ্ববৃহৎ উচ্ছেদ।
বিহালীৰ বাঘমাৰীত জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান।
পুৱা ৭ বজাৰে পৰা সৰ্ববৃহৎ উচ্ছেদ।
একেলগে ২৬৫ বিঘা ভূমিত উচ্ছেদ প্ৰশাসনৰ।
কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
২৬৫ বিঘা ভূমিত চলিল প্ৰশাসনৰ বুলড’জাৰ।
৭৩২ টা পৰিয়াললৈ আগষ্ট মাহতে জিলা প্ৰশাসনে জাননী প্ৰেৰণ কৰিছিল।
ন্যায়লয়ৰ কাষ চপা ৬৮ পৰিয়াল বাদ দি ৬৬৪ টা ঘৰত উচ্ছেদ।
পুৱা ৭ বজাৰে পৰা বিশ্বনাথত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান।
মুঠ ৭৩২ টা পৰিয়াললৈ যোৱা আগষ্ট মাহতে জিলা প্ৰশাসনে বেদখলকাৰীক জাননী প্ৰেৰণ কৰিছিল।
কিন্তু উচ্চ ন্যায়লয়ৰ কাষ চপাৰ বাবে এই উচ্ছেদ স্থগিত আছিল।
অৱশেষত আজি ন্যায়লয়ৰ কাষ চপা ৬৮ পৰিয়াল বাদ দি বাকি থকা ৬৬৪ টা ঘৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান।
এই বেদখলকাৰী সকলে ২০৩ নং দাগ আৰু ১৮৯ মুঠ ২৬৫ বিঘা VGR ভূমি দখল কৰি ৰাখিছিল।
ইতিমধ্যে জিলা প্ৰশাসনে এক বৃহত আৰক্ষীৰ দল, ৪০ খন জেচিপি লৈ আৰম্ভ কৰিছে উচ্ছেদ অভিযান।

