Mousumi Alifa: সকলোকে ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জনালে অভিনেত্ৰী মৌচুমী আলিফাই

সকলোকে ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জনালে অভিনেত্ৰী মৌচুমী আলিফাই৷(Mousumi Alifa)

“ৰৈ ৰৈ বিনালে”ত মুখ্য চৰিত্ৰত অভিনয়ৰে জনপ্ৰিয়তা বুটলা মৌচুমী ৩১ ডিচেম্বৰৰ নিশা তেজপুৰত উপস্হিত এটি বিশেষ অনুষ্ঠানত৷

তেজপুৰত উপস্থিত হৈ অভিনেত্ৰী গৰাকীয়ে দাবী কৰিলে জুবিনদাৰ ন্যায়প্ৰাপ্তি৷

জুবিনদাৰ ন্যায়ক লৈ যথেষ্ট আশাবাদী বুলি উল্লেখ কৰি মৌচুমী আলিফাই কয় যে — জুবিনদাই সদায় কৈ অহা যোগাত্মক কথাৰেই আমি সকলোৱে নতুন বছৰটোত আগুৱাব লাগিব৷

যদিওবা জুবিনদাবিহীন এটা বছৰত আমি ভৰি দিছো৷

Related Articles