Himanta Biswa Sarma: অসমত স্থাপন কৰিব মোবাইল নিৰ্মাণ কাৰখানা

অতি সোনকালে (Himanta Biswa Sarma) অসমত উপলব্ধ হ’ব– ম’বাইল ফোন নিৰ্মাণ ইউনিট৷

এয়া হ’ব অসমৰ ঔদ্যোগিক খণ্ডত আন এক বৃহৎ বিনিয়োগ।

আগশাৰীৰ ব্ৰেণ্ডে অসমত স্থাপন কৰিব মোবাইল নিৰ্মাণ কাৰখানা।

২৭ হাজাৰ কোটি টকীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পিছত ৰাজ্যত স্থাপন হব মোবাইল নিৰ্মাণ কাৰখানা।

Related Articles