ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ তিনি অসম কন্যা

ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ তিনি অসম কন্যা।

লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো আৰু গীতিমণি গগৈয়ে দুর্দান্ত প্ৰদৰ্শনেৰে প্ৰৱেশ কৰিলে ছেমি ফাইনেলত।

Related Articles