January 10, 2026 Assam Earthquake: পুনৰ অসমত ভূমিকম্পৰ জোকাৰণি পুনৰ অসমত ভূমিকম্পৰ জোকাৰণি Share FacebookTwitterWhatsAppTelegramKooEmail পুনৰ ভূমিকম্পৰ জোকাৰণি অসমত।(Assam Earthquake) পুৱা ৬ বাজি ৬ মিনিটত ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নলবাৰী জিলা। ৰিখটাৰ স্কেলত প্রাবল্য আছিল ২.৯। ৫ আৰু ৮ জানুৱাৰীতো ভূমিকম্পই জোকাৰি গৈছিল অসম। Author: দৈনন্দিন বাৰ্তা Related Articles ৩১ নিযুততকৈ অধিক লোকে ডাউনলোড কৰিলে আধাৰ এপ দৈনন্দিন বাৰ্তা - June 25, 2026 এক লাখ টন থলুৱা মাছৰ উৎপাদনেৰে নিবনুৱা সংস্থাপনৰ লক্ষ্য বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ দৈনন্দিন বাৰ্তা - June 25, 2026 খৰাঙে গ্ৰাস কৰিব নেকি দেশকঃ জুন মাহত সমগ্ৰ দেশত হ্ৰাস পাইছে ৪২ শতাংশ বৰষুণ দৈনন্দিন বাৰ্তা - June 25, 2026