Samar Hazarika: বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান।(Samar Hazarika)

নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল শিল্পীগৰাকী।

নিউমোনিয়া ৰোগত আক্ৰান্ত হৈছিল শিল্পীগৰাকী।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকা।

আজি পুৱা ৮:৪৫ বজাত মৃত্যু হয় শিল্পীগৰাকীৰ

Related Articles