January 15, 2026 Pradip Baruah: প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান Share FacebookTwitterWhatsAppTelegramKooEmail প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান।(Pradip Baruah) বুধবাৰে ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰদীপ বৰুৱাই। আজি পুৱা ৮ বজাত নিজা বাসভৱনলৈ অনা হ’ল ‘প্ৰান্তিকৰ পিতৃ’ প্ৰদীপ বৰুৱাৰ নশ্বৰ দেহ। আজি নৱগ্ৰহত হ’ব শেষকৃত্য। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুই অসম কন্যাৰ দৈনন্দিন বাৰ্তা - August 28, 2026 নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী… দৈনন্দিন বাৰ্তা - August 28, 2026 অসম সাহিত্য সভা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ‘কাব্যকাকলি’ সফলতাৰে সম্পন্ন দৈনন্দিন বাৰ্তা - August 28, 2026