Hajo News: সমন্বয়ৰ বাৰ্তা লৈ হাজোত আছুৰ উদ্যোগত মণিকূট উৎসৱৰ সমন্বয় শোভাযাত্ৰা

সমন্বয়ৰ বাৰ্তা লৈ (Hajo News) হাজোত আছুৰ উদ্যোগত উলিওৱা হৈছে মণিকূট উৎসৱৰ সমন্বয় শোভাযাত্ৰা।

হাজোৰ পোৱামক্কা দৰগাহৰ পৰা মাধৱ মন্দিৰলৈ উলিওৱা হৈছে এই শোভাযাত্ৰা।

এক উদুলি মৃদুলি পৰিবেশ বিৰাজমান পবিত্ৰ হাজোৰ বাকৰি।

বাৰে ৰহনীয়া সংস্কৃতিক শোভাযাত্ৰাই মুহিত কৰিছে সকলোকে।

ভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ ঘটিছে এই সমন্বয় শোভাযাত্ৰাত।

অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অংশ লৈছে এই শোভাযাত্ৰাত।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যইও অংশগ্ৰহন কৰিছে এই উৎসৱত।

Related Articles