আজি মুকলি হ’ব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল।(Vande bharat sleeper trains)
হাওৰাত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব এই ৰে’লসেৱা।
মালদা টাউন ৰে’ল ষ্টেচনৰ পৰা ফ্লেগঅফ কৰিব প্রধামন্ত্ৰীয়ে।
হাওৰা-কামাখ্যাৰ মাজত চলিব এই ৰে’লখন।
সপ্তাহত ৬ দিন হাওৰা-কামাখ্যাৰ মাজত চলিব ৰে’লখন।

