অসম চাহ জনজাতি ছাত্ৰ সন্হা (আটছা )কেন্দ্রীয় সমিতিৰ নিৰ্দেশমৰ্মে আটছা আঠাবাৰী উপ-শাখাৰ উদ্যোগত অলপতে অনুষ্ঠিত হৈ যায় এক মাৰথান দৌৰ প্ৰতিযোগিতা। ইয়াৰ কলিয়াপানী চাহ বাগিচাৰ ৰাজহুৱা খেল পথাৰৰ পৰা আৰম্ভ কৰা মাৰথান দৌৰ আঠাবাৰী চেতিয়া গাওঁৰ তিনি আলিয়েদি পুনৰ কলিয়াপানী খেলপথাৰলৈকে ৭ কিলোমিটাৰ মাৰাথান দৌৰ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয় । উক্ত প্ৰতিযোগিতাত অঞ্চলটোৰ লগতে জিলাখনৰ ভালেসংখ্যক প্ৰতিযোগিয়ে ভাগ লয়। প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম স্হান অধিকাৰ কৰে দিৰৈ চাহ বাগিচাৰ অৰুপ পাণ্ডৱ,দিত্বীয় স্হান অধিকাৰ কৰে কলিয়াপানী চাহ বাগিচা মুকুল গঞ্জু,আৰু তৃতীয় স্থান অধিকাৰ কৰে দিৰৈ চাহ বাগিচা বিশ্বজিৎ ৰাজবংশীয়ে। প্ৰতিযোগিতাৰ “খ” শাখাত প্ৰথম স্হান অধিকাৰ কৰে কলিয়াপানীৰ চিদু চাওৰা ,দিত্বীয় স্হান অধিকাৰ কৰে দিঘলিবাম অখিল দাস আৰু তৃতীয় স্হান অধিকাৰ কৰে দিঘলিবামৰ বিবেক দাসে। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতি গৰাকী প্ৰতিযোগিলৈ আটছা ডিমৌ শাখাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিদেশত পুনৰ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান! অতিথি তালিকাত কোন কোন আছে…
- কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বিশিষ্ট সমাজ সেৱক চুম ৰংহাংৰ দেহাৱসান…
- কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী…
- চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…
- বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…
- ওৰাং আৰক্ষীৰ সফলতা, চামুগুৰিৰ টেকেলীপোটা গাঁৱৰ পৰা গভাইত চোৰক গ্ৰেপ্তাৰ…
- মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…
- বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ…
- নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ…
- এই ৫ টা বস্তু গাখীৰৰ সৈতে নাখাব, উপকাৰৰ পৰিৱৰ্তে অপকাৰ হ’ব…