শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ গৰিমা শইকীয়া গাৰ্গৰ।(Garima Saikia Garg)
ক্ৰাইম ব্ৰাঞ্চত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ।
সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ শিখা শৰ্মাই কৰিছিল বিৰূপ মন্তব্য।
জুবিন গাৰ্গৰ চৰিত্ৰক লৈও ফেচবুক পোষ্ট দিছিল শিখা শৰ্মাই।
আজি পুৱাই ক্ৰাইম ব্ৰান্সত উপস্থিত হৈ শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গৰিমা শইকীয়া গাৰ্গে।

