সামাজিক মাধ্যমত জুবিন গাৰ্গক অপমান।(Sikha Sarma)
শিখা শর্মাৰ বিৰুদ্ধে গোচৰ ৰুদু কৰিছিল গৰিমা শইকীয়া গাৰ্গে।
এজাহাৰ দাখিল কৰিছিল ‘জুবিন ফেন ক্লাবে’ও।
কেইবাটাও ধাৰাত ৰুজু হৈছিল গোচৰ।
অৱশেষত বিতৰ্কিত শিখা শৰ্মাক আটক কৰে অসম আৰক্ষীৰ অপৰাধ শাখাই।
মহানগৰী পাথৰকুৱাৰিস্থিত নীলাচল এপাৰ্টমেণ্টৰ পৰা আটক কৰে শিখা শৰ্মাক।
বিতৰ্কিত লেখিকা শিখা শৰ্মাক আটক কৰাৰ পাছতে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে গৰিমা শইকীয়া গাৰ্গে।

