গুৱাহাটী মহানগৰীত স্থাপন হ’ব নতুন টোল প্লাজা।
বাহনেৰে মহানগৰীলৈ অহা লোকে ভৰিব লাগিব টোল।
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নৱনিৰ্মিত দলঙৰ ওপৰত স্থাপন কৰা হ’ব টোলগে’ট।
নিবিদা আহ্বান লোক নিৰ্মাণ বিভাগৰ।
১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব দলংখন!
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং মুকলিৰ পিছতে দলংখনত স্থাপন কৰা হ’ব নতুন টোল প্লাজা
আনহাতে কলিয়াবৰৰ চুলুঙত আজিৰ পৰা মুকলি এখন নতুন টোলগে’ট।

