Pilot Shambhavi Pathak: মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পাইলত সম্ভৱী পাঠকে

বিমান দুর্ঘটনাত মৃত্যুক সাৱটিলে পাইলট সম্ভৱী পাঠকে।(Pilot Shambhavi Pathak) 

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পাইলত সম্ভৱী পাঠকে।

LEARJET 45ৰ পাইলট আছিল কেপ্টেইন সম্ভৱী পাঠক।

বাৰামতীত বিমান দুর্ঘটনাত পতিত হৈছিল মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ।

বিমানখন অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হোৱাত অজিত পাৱাৰৰ লগতে অন্য ৫জনৰ মৃত্যু।

এই ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পাইলত সম্ভৱী পাঠকে।

Related Articles