আজি টাই-আহোমসকলৰ পৱিত্ৰ উৎসৱ মে-ডাম-মে-ফী।(Me-Dam-Me-Phi)
আজি মে-ডাম-মে-ফী দেশ-দহৰ মংগলৰ বাবে উপৰিপুৰুষৰ আশীৰ্বাদ বিচাৰি টাই-আহোম জনগোষ্ঠীৰ লোকে উদযাপন কৰে মে-ডাম-মে-ফী।
গুৱাহাটীৰ নটবমাৰ মে-ডাম-মে-ফীৰ কাৰ্যসূচীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।
স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে মহানগৰীৰ চ্যুকাফা ক্ষেত্ৰৰ বাবে ২ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ।

