১০ এপ্ৰিলত ঘোষণা হ’ব পাৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল।(HSLC result 2026)
এই কথা ক’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
নিৰ্বাচনী সভাৰ মাজতে ভাগিনৰ প্ৰশ্নত এই উত্তৰ দিলে মুখ্যমন্ত্ৰী ড০ শর্মাই।
কার্বি আংলঙত নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই ইংগিত দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

