আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ ফলাফল।
পুৱা ১০:৩০ বজাত ঘোষণা কৰা হ’ব ফলাফল।
ASSEBৰ মোবাইল এপযোগে লাভ কৰিব ফলাফল।
১৬টাকৈ ৱেবছাইটত চাব পাৰিব ফলাফল।
https://sebaonline.org, www.indiaresults.com, www.results.shiksha, www.assam.shiksha, www.schools9.com আদি ৱেবচাইটত ফলাফল লাভ কৰিব শিক্ষাৰ্থীয়ে।

